প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনসাধাৰণক ডিজিটেল মিডিয়াযোগে স্থানীয় প্ৰতিভাক সহায় কৰি ভাৰতৰ উদ্যোগী আৰু সৃষ্টিশীল মনোভাৱক উদযাপন কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে এটা লিংক শ্বেয়াৰ কৰে য’ত একাংশ লোকে নমো এপত সামগ্ৰী বা ইয়াৰ নিৰ্মাতাৰ সৈতে ছেলফি পোষ্ট কৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ এক পোষ্টত কয়ঃ

"এই দীপাৱলীত, আহক আমি নমো এপত ভোকেল ফৰ লোকেল থ্ৰেডছৰ জৰিয়তে ভাৰতৰ উদ্যোগী আৰু সৃষ্টিশীল মনোভাৱক উদযাপন কৰোঁ।"

narendramodi.in/vocal4local

স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰী ক্ৰয় কৰক আৰু তাৰ পিছত নমো এপত সামগ্ৰী বা নিৰ্মাতাৰ সৈতে ছেলফি পোষ্ট কৰক। আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালক আপোনাৰ থ্ৰেডত যোগদান কৰিবলৈ আৰু ইতিবাচকতাৰ মনোভাৱ বিয়পাই দিবলৈ আমন্ত্ৰণ জনাওক।

আহক, আমি ডিজিটেল মিডিয়াৰ শক্তি ব্যৱহাৰ কৰি স্থানীয় প্ৰতিভাক সমৰ্থন কৰোঁ, ভাৰতীয়সকলৰ সৃষ্টিশীলতাক উৎসাহিত কৰোঁ আৰু আমাৰ পৰম্পৰাক সমৃদ্ধ কৰি ৰাখো।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As AI shapes world, Global South must seize the moment

Media Coverage

As AI shapes world, Global South must seize the moment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11ফেব্ৰুৱাৰী 2026
February 11, 2026

Empowering India: PM Modi's Policies Fueling Innovation, Jobs, and Sustainability