প্ৰধানমন্ত্ৰীয়ে কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ শ্বিনকুন লা টানেল প্ৰকল্পৰ কামৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব
প্ৰকল্পটোৱে লেহলৈ সকলো বতৰতে সংযোগ প্ৰদান কৰিব
সম্পূৰ্ণ হোৱাৰ পিছত ই পৃথিৱীৰ সৰ্বোচ্চ সুৰংগ হ'ব

২০২৪ চনৰ ২৬ জুলাইত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় ৯:২০ বজাত কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব আৰু কৰ্তব্যৰ সময়ত সৰ্বোচ্চ বলিদান দিয়া সাহসী যোদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে শ্বিনকুন লা টানেল প্ৰকল্প নিৰ্মাণৰ ভাৰ্চুৱেল ব্যৱস্থাৰে আনুষ্ঠানিক শুভাৰম্ভ কৰিব।

শ্বিনকুন লা টানেল প্ৰকল্পত ৪.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত-টিউব সুৰংগ থাকিব আৰু ইয়াক লেহলৈ সকলো বতৰতে সংযোগ প্ৰদান কৰিব পৰাকৈ নিমু-পাদুম–দৰচা পথত প্ৰায় ১৫,৮০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হ'ব। সম্পূৰ্ণ হোৱাৰ পিছত, ই বিশ্বৰ সৰ্বোচ্চ সুৰংগ হ'ব। শ্বিনকুন লা সুৰংগই আমাৰ সশস্ত্ৰ বাহিনী আৰু সঁজুলিৰ দ্ৰুত আৰু সহজ চলাচল নিশ্চিত কৰাৰ লগতে লাডাখৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশো বৃদ্ধি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future