প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ছেপ্টেম্বৰ, ২০২১ৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চৰ্দাৰধাম ভৱনৰ আধাৰশিলা আৰু চৰ্দাৰধাম দ্বিতীয় পর্বত ছাত্রী নিবাসৰ ভূমি পুজনত অংশগ্ৰহণ কৰিব৷

চৰ্দাৰধামে সমাজৰ আৰ্থিকভাৱে দুর্বল শ্রেণীৰ লোকসকলৰ শিক্ষা, সামাজিক অৱস্থাৰ পৰিৱর্তন আৰু উন্নয়নৰ লক্ষ্যৰে কাম কৰি আহিছে। যুৱ সম্প্রদায়ৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাত ক্ষেত্ৰতো চৰ্দাৰধামে বৃহৎ ভূমিকা পালন কৰে৷ আহমেদাবাদত নিৰ্মাণ কৰা চৰ্দাৰধাম ভৱনত ছাত্র-ছাত্রীসকলৰ বাবে যাৱতীয় অত্যাধুনিক ব্যৱস্থা আছে। ছাত্রী নিবাসত ২,০০০গৰাকী ছাত্ৰীয়ে তেওঁলোকৰ পাৰিবাৰিক আর্থিক অৱস্থা নির্বিশেষে থাকিব পাৰিব৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত থাকিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi