ফেকাল্টি অফ টেকন’লজি, কম্পিউটাৰ ছায়েন্স আৰু বিশ্ববিদ্যালয়ৰ একাডেমিক ব্লকৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুন, ২০২৩ত দিল্লী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পৰ বহুমুখী ভৱনত পুৱা ১১ বজাত শতবৰ্ষ অনুষ্ঠানৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ 
অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি চেণ্টাৰ আৰু ফেকাল্টি অফ টেকন’লজিৰ ভৱন আৰু বিশ্ববিদ্যালয়ৰ উত্তৰ চৌহদত এটা একাডেমিক ব্লকৰ আধাৰশিলা স্থাপন কৰিব৷
১৯২২ চনত ১ মে’ত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল৷ বিগত ১০০ বছৰে বিশ্ববিদ্যালয়খন ব্যাপক উন্নয়ন আৰু সম্প্ৰসাৰণ কৰা হয় আৰু বৰ্তমান ইয়াৰ ৮৬টা বিভাগ, ৯০খন মহাবিদ্যালয় আৰু ৬লাখতকৈ অধিক শিক্ষাৰ্থী আৰু ই ৰাষ্ট্ৰ নিৰ্মাণত অপৰিসীম অৱদান আগবঢ়াইছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare