শিক্ষক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ ছেপ্টেম্বৰ, ২০২২ ৰ বিয়লি ৪:৩০ বজাত ৭ লোক কল্যাণ মাৰ্গত ৰাষ্ট্ৰীয় শিক্ষক বঁটা, ২০২২ প্ৰাপকসকলৰে মত-বিনিময় কৰিব।

স্বকীয় দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰে পঢ়াশলীয়া শিক্ষাৰ মানদণ্ডৰ অগ্ৰগতি সাধনৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকো সমৃদ্ধ কৰি তোলা দেশখনৰ কৃতবিদ্য শিক্ষকসকলৰ অনবদ্য অৱদানক স্বীকৃতি প্ৰদান আৰু সন্মান জনোৱাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় শিক্ষক বঁটা আগবঢ়াই অহা হৈছে।

ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত কৃতী শিক্ষকসকলক ৰাজহুৱাভাৱে স্বীকৃতি জনোৱা হয়। চলিত বৰ্ষত এই বঁটাৰ বাবে দেশখনৰ ভিন্ন প্ৰান্তৰ ৪৫ গৰাকী এনে শিক্ষকক তিনিটা পৰ্য্যায়ৰ এক নিখুঁত আৰু স্বচ্ছ অনলাইন প্ৰক্ৰিয়াৰে মনোনীত কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22

Media Coverage

82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ফেব্ৰুৱাৰী 2026
February 21, 2026

Citizens Agrees Modi Hai To Mumkin Hai: Human-Centric AI, Solar Surge & Manufacturing Boom – India’s Golden Rise