ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ জুনত পুৱা ১০: ৩০ বজাত শিল্প আৰু বাণিজ্য মন্ত্রালয়ৰ নতুন ভৱন – ‘বাণিজ্য ভৱন’ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে জাতীয় আমদানী-ৰপ্তানী সংক্রান্তীয় তথ্যৰ বাবে ব্যৱসায়-বাণিজ্যৰ বার্ষিক মূল্যায়ন সংক্রান্তীয় নতুন পর্টেল ‘নির্যাত’ (National Import-Export Record for Yearly Analysis of Trade)ৰ সূচনা কৰিব। পর্টেলটোৰ পৰা ভাৰতৰ বৈদেশিক ব্যৱসায়-বাণিজ্যৰ সৈতে যুক্ত ব্যক্তিসকলে এই সংক্রান্তীয় সকলো তথ্য সংগ্রহ কৰিব পাৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোককো সম্বোধন কৰিব।

অত্যাধুনিক বাণিজ্য ভৱন ইণ্ডিয়া গেটৰ ওচৰত নির্মিত হৈছে। ইন্ধন ৰাহিৰ ওপৰত গুৰুত্ব দি এই ভৱন নির্মাণত স্থিতিশীল স্থাপত্যৰ নীতি অনুসৰণ কৰা হৈছে। এই ভৱনত শিল্প আৰু বাণিজ্য মন্ত্রালয়ৰ অধীনস্থ দুটা দপ্তৰ - বাণিজ্য দপ্তৰ আৰু শিল্পোৎসাহ তথা অভ্যন্তৰীণ বাণিজ্য দপ্তৰ Department for Promotion of Industry and Internal Trade (DPIIT) থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi