প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২১ নৱেম্বৰ, ২০২০ত গান্ধীনগৰ স্থিত ‘পণ্ডিত দীনদয়াল পেট্ৰোলিয়াম বিশ্ববিদ্যালয়’ৰ ‘অষ্টম সমাৱৰ্তন’ত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। সেইদিনা পুৱা ১১.০০বজাত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিবলগা সমাৱৰ্তনত প্ৰায় ২৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী/ডিপ্লোমা প্ৰদান কৰা হ’ব।

সমাৱৰ্তনৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা ৪৫ মেগাৱাট উত্পাদনক্ষম ‘মন’ক্ৰিষ্টেলাইন ছ’লাৰ ফ’টো ভল্টিক পেনেল’ আৰু ‘জল প্ৰযুক্তি’ সম্পৰ্কীয় এটা উত্কৰ্ষতাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই সমাৰোহৰ মাজতে প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ চৌহদত স্থাপন কৰা ‘ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেণ্টাৰ- টেকন’লজী বিজনেছ ইনকিউবেশ্যন’, ‘ট্ৰেন্সলেশ্যন ৰিছাৰ্চ চেণ্টাৰ’ আৰু এটা ‘স্প’ৰ্টছ কমপ্লেক্স’ৰো শুভাৰম্ভ ঘোষণা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple exports record $2 billion worth of iPhones from India in November

Media Coverage

Apple exports record $2 billion worth of iPhones from India in November
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ডিচেম্বৰ 2025
December 17, 2025

From Rural Livelihoods to International Laurels: India's Rise Under PM Modi