Theme: ‘Yuva Shakti, Viksit Bharat’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী, ২০২৫ত বিয়লি প্ৰায় ৪.৩০ বজাত দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত বাৰ্ষিক এনচিচি পিএম ৰেলীত ভাষণ দিব।

এই বছৰ গণৰাজ্য দিৱসৰ শিবিৰত মুঠ ২৩৬১গৰাকী এনচিচি কেডেটে অংশগ্ৰহণ কৰে, য’ত ৯১৭গৰাকী ছোৱালী কেডেটো অন্তৰ্ভুক্ত আছিল। এই সংখ্যাৰ ফালৰ পৰা এইটো আছিল এতিয়ালৈকে ছোৱালী কেডেটৰ সৰ্বাধিক অংশগ্ৰহণ। পিএম ৰেলীত এই কেডেটসকলৰ অংশগ্ৰহণে নতুন দিল্লীত মাহজোৰা এনচিচি গণৰাজ্য দিৱস শিবিৰ ২০২৫ৰ সফল সমাপনৰ প্ৰতীক হ’ব। এই বছৰৰ এনচিচি পিএম ৰেলীৰ বিষয়বস্তু হৈছে ‘যুৱ শক্তি, বিকশিত ভাৰত’।

এই দিনটোত ৮০০ৰো অধিক কেডেটে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি এনচিচিৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি সাংস্কৃতিক কাৰ্যসূচী আগবঢ়াব। ১৮খন মিত্ৰ দেশৰ ১৪৪গৰাকী যুৱ কেডেটৰ অংশগ্ৰহণে এই বছৰৰ ৰেলীত উৎসাহ বৃদ্ধি কৰিব।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মেৰা যুৱ (MY) ভাৰত, শিক্ষা মন্ত্ৰালয় আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৬৫০ৰো অধিক স্বেচ্ছাসেৱকেও বিশেষ অতিথি হিচাপে এনচিচি পিএম ৰেলীত যোগদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub

Media Coverage

Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance