প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰী, ২০২৩ত সন্ধিয়া প্ৰায় ৫:৪৫ বজাত দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ বাৰ্ষিক পিএম ৰেলীক সম্বোধন কৰিব।

এই বছৰ এনচিচিয়ে নিজৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষ পালন কৰিছে। এই আয়োজনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে এনচিচিৰ ৭৫টা সফল বছৰৰ উপলক্ষে এটা বিশেষ ডে' কভাৰ আৰু ৭৫ টকা মূল্যবৰ্গৰ বিশেষভাৱে গঢ়া স্মাৰক মুদ্ৰা জাৰি কৰিব। এই ৰেলী দিন আৰু ৰাতিৰ এটা হাইব্ৰিড কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হ'ব আৰু ইয়াত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' থীমৰ ওপৰত এটা সাংস্কৃতিক কাৰ্যক্ৰমো অন্তৰ্ভুক্ত হ'ব। 'বসুধৈৱ কুটুম্বকম'ৰ প্ৰকৃত ভাৰতীয় ভাবনা অনুসৰি ১৯খন দেশৰ ১৯৬জন বিষয়া আৰু কেডেটক এই সমাৰোহত অন্তৰ্ভুক্ত হ'বলৈ আমন্ত্ৰণ জনোৱা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi