প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুলাই, ২০২২ৰ পুৱা ১০ বজাত প্ৰথম সৰ্বভাৰতীয় জিলা আইন সেৱা প্ৰাধিকৰণৰ বৈঠকৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়াব৷

৩০ আৰু ৩১ জুলাই, ২০২২ৰ পৰা বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ (নালছা)ৰ উদ্যোগত জিলা আইন সেৱা প্ৰাধিকৰণসমূহ (ডিএলএছএ)ৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিএলএছএসমূহৰ জৰিয়তে ঐক্যতা আৰু সমন্বয় আনিবলৈ এই বৈঠকত এক সংহত পদ্ধতি গঢ় দিয়াৰ ওপৰত আলোচনা কৰা হ’ব।

দেশত মুঠ ৬৭৬খন জিলা আইনী সেৱা প্ৰাধিকৰণ (ডিএলএছএ) আছে। এইবোৰৰ নেতৃত্বত থাকে জিলা ন্যায়াধীশ, যি প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে কাম কৰে। ডিএলএছএ আৰু ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ (এছএলএছএ)ৰ জৰিয়তে নালছাই বিভিন্ন আইনী সাহায্য আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ডিএলএছএসমূহে নালছাই চলোৱা লোক আদালতসমূহ নিয়ন্ত্ৰণ কৰি আদালতৰ ওপৰত বোজা হ্ৰাস কৰাৰ দিশতো অৰিহণা যোগায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push