প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুলাই, ২০২৪ তাৰিখে দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত 'জাৰ্ণী টুৱাৰ্ডছ বিকশিত ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ কনফাৰেন্স'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব।

এই সন্মিলনখন ভাৰতীয় উদ্যোগ পৰিষদ (চিআইআই)য়ে আয়োজন কৰিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে বিকাশ আৰু উদ্যোগৰ ভূমিকাৰ বাবে চৰকাৰৰ বৃহত্তৰ দৃষ্টিভংগীৰ ৰূপৰেখা উপস্থাপন কৰা।

উদ্যোগ, চৰকাৰ, কূটনৈতিক সমাজ, থিংক টেংকৰ পৰা ১০০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে সন্মিলনখনত অংশগ্ৰহণ কৰাৰ লগতে বহু সংখ্যক লোকে সমগ্ৰ দেশ আৰু বিদেশৰ বিভিন্ন চিআইআই কেন্দ্ৰসমূহৰ পৰা সংযোগ স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India