প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজধানীৰ পুছাস্থিত ভাৰতীয় কৃষিজাত গৱেষণা প্ৰতিষ্ঠানত বাৰ্ষিক ‘কৃষি উন্নতি মেলা’ত ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে কৃষকসকলক সম্বোধন কৰাৰ লগতে ২৫টা কৃষি বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কৃষি কৰ্ম বঁটা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় কৃষি বিজ্ঞান প্ৰোৎসাহন পুৰষ্কাৰো প্ৰদান কৰিব।

এই মেলাৰ উদ্দেশ্য হৈছে ২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুন কৰা। ‘কৃষি উন্নতি মেলা’ৰ লক্ষ্য হৈছে কৃষকসকলৰ মাজত কৃষি আৰু প্ৰায়োগিক খণ্ডত শেহতীয়াকৈ বিকশিত প্ৰযুক্তিৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা।

এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীত কৃষকৰ আয় দুগুন কৰা, ক্ষুদ্ৰ জলসিঞ্চনৰ জীৱন্ত প্ৰদৰ্শন, অপচয় হোৱা পানীৰ উপযুক্ত ব্যৱহাৰ, পশুপালন আৰু মীন পালন হৈছে ইয়াৰ মুখ্য আকৰ্ষণ। মেলাৰ প্ৰদৰ্শনীত বীজ, সাৰ আৰু কীটনাশকো প্ৰদৰ্শন কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's food services market to reach USD 150 billion by FY31, online share to rise to 18%: Report

Media Coverage

India's food services market to reach USD 150 billion by FY31, online share to rise to 18%: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জুলাই 2026
July 10, 2026

Building Viksit Bharat: PM Modi Accelerating India's Growth at Home and Across the World