লাচিত বৰফুকন আহোম সাম্ৰাজ্যৰ প্ৰধান সেনাপতি আছিল, যি ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাজিত কৰিছিল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰ, ২০২২ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে অখ্যাত বীৰসকলক উপযুক্তভাৱে সন্মান জনাবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে। ইয়াৰ লগত সংগতি ৰাখি দেশে ২০২২ চনটো লাচিত বৰফুকনৰ ৪০০সংখ্যক বাৰ্ষিকী হিচাপে উদযাপন কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে গুৱাহাটীত এই উদযাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল৷

লাচিত বৰফুকন (২৪ নৱেম্বৰ, ১৬২২—২৫ এপ্ৰিল, ১৬৭২) আছিল অসমৰ আহোম সাম্ৰাজ্যৰ প্ৰধান সেনাপতি আছিল, যি মোগলক পৰাস্ত কৰি ঔৰংজেৱৰ অধীনত মোগলৰ নিত্য সম্প্ৰসাৰিত উচ্চাকাংক্ষা সফলতাৰে অন্ত পেলাইছিল। লাচিত বৰফুকনে ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যক অনুপ্ৰাণিত কৰি, মোগলক পৰাজিত কৰিছিল৷ লাচিত বৰফুকন আৰু তেওঁৰ সেনাবাহিনীৰ  সাহসী যুঁদ্ধখন আমাৰ দেশৰ ইতিহাসত প্ৰতিৰোধৰ অন্যতম প্ৰেৰণাদায়ক সামৰিক কৃতিত্ব হৈ ৰৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership