প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দীপাৱলীৰ উষ্ম শুভেচ্ছা তথা পোহৰৰ উৎসৱ উপলক্ষে কৰা ব্যক্তিগত ফোন কলৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্পৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকাৰ মিত্ৰতাৰ স্থায়ী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোহাৰে।

এক্সৰ এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়ঃ

"ৰাষ্ট্ৰপতি ট্ৰাম্প, আপোনাৰ ফোন কল আৰু দীপাৱলীৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ। পোহৰৰ এই উৎসৱত, আমাৰ দুয়োখন মহান গণতন্ত্ৰই বিশ্বক আশাৰে আলোকিত কৰাৰ লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় হওক।

@realDonaldTrump

@POTUS”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026