প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজৰ সম্পৰ্ক প্ৰগাঢ় কৰাত আগবঢ়োৱা অৱদান তথা তেওঁৰ নেতৃত্বৰ বাবে ইউনাইটেড কিংডমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ঋষি সুনাকক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী সুনাকে দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ইতিমধ্যে পদত্যাগ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে:

"ইউকেত আপোনাৰ প্ৰশংসনীয় নেতৃত্ব আৰু আপোনাৰ কাৰ্যকালত ভাৰত আৰু ইউকেৰ মাজৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে আপোনাৰ সক্ৰিয় অৱদানৰ বাবে @RishiSunak ধন্যবাদ। ভৱিষ্যতৰ বাবে আপোনাৰ লগতে  আপোনাৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived