প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ গণৰাজ্য দিৱসত উপস্থিত থাকি শোভা বৰ্ধন কৰাৰ বাবে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিক ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য যে ৰাষ্ট্ৰপতি চিচিক এইবাৰ ভাৰতৰ ৭৪তম গণতন্ত্ৰ দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় –

"ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিৰ ওচৰত মই কৃতজ্ঞ যে তেওঁ এই বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনত তেওঁৰ অনুগ্ৰহপূৰ্ণ উপস্থিতিৰে আমাক উৎসাহিত কৰিছে। @AlsisiOfficial"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুন 2026
June 28, 2026

From Digital India to Defence, PM Modi’s Vision for a Viksit Bharat Powering India’s Progress