প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনোৱা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে দেশ তথা বিশ্বজুৰি লাভ কৰা অগণিত শুভেচ্ছাত অভিভূত হৈ পৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“সমগ্ৰ ভাৰত তথা বিশ্বজুৰি লাভ কৰা অগণিত শুভেচ্ছাৰ বাবে অভিভূত হৈ পৰিছো৷ যিসকলে শুভেচ্ছা জনাইছে, তেওঁলোক সকলোকে ধন্যবাদ জনাইছো৷

এই দিনটোত বহুলোকে নিস্বাৰ্থ সামাজিক কামত লিপ্ত হোৱা দেখি আপ্লুত হৈছো। প্ৰতিটো কামেই বিশেষ আৰু আমাৰ সামূহিক মনোভাৱক শক্তিশালী কৰে৷” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi