প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুত হৈ থকা প্ৰবল বৃষ্টিপাতৰ বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম.কে ষ্টেলিনৰ সৈতে মতবিনিময় কৰে আৰু পৰিস্থিতিৰ বুজ লয়। শ্ৰী মোদীয়ে লগতে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযানত কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"তামিলনাডুত হৈ থকা প্ৰবল বৃষ্টিপাতৰ বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম.কে ষ্টেলিনৰ সৈতে মতবিনিময় কৰো আৰু পৰিস্থিতিৰ বুজ লও। উদ্ধাৰ আৰু সাহায্য অভিযানত কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিছো। মই ৰাজ্যবাসীৰ কল্যাণ আৰু নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা জনাইছো।"
Spoke to Tamil Nadu CM, Thiru @mkstalin and discussed the situation in the wake of heavy rainfall in parts of the state. Assured all possible support from the Centre in rescue and relief work. I pray for everyone’s well-being and safety.
— Narendra Modi (@narendramodi) November 7, 2021
தமிழக முதல்வர் @mkstalin உடன் பேசினேன். மாநிலத்தின் பல பகுதிகளில் கனமழையால் ஏற்பட்டுள்ள நிலை குறித்து விவாதித்தேன். மீட்பு, நிவாரண நடவடிக்கைகளில் மத்திய அரசு சாத்தியமான அனைத்து உதவிகளையும் அளிக்கும் என உறுதியளித்தேன். அனைவரின் நலன், பாதுகாப்புக்கு பிரார்த்திக்கிறேன்.
— Narendra Modi (@narendramodi) November 7, 2021


