প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন যোগ আসনৰ ভিডিঅ' শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"যোগ শৰীৰ আৰু মন উভয়ৰে বাবে অতি সুফলদায়ক। ই শক্তি, সহনশীলতা আৰু প্ৰশান্তি বৃদ্ধি কৰে। আহক আমি যোগক আমাৰ জীৱনৰ এটি অংশ কৰি তোলো আৰু সুস্থতাৰ লগতে শান্তিৰ অনুভূতিক আগুৱাই লৈ যাও। বিভিন্ন আসনসমূহ চিত্ৰায়ণ কৰা কিছু ভিডিঅ' সকলোৰে সৈতে শ্বেয়াৰ কৰিছোঁ।"
Yoga holds profound benefits for both body and mind, fostering strength, flexibility, and tranquility. Let us make Yoga a part of our lives and further wellness as well as peace. Sharing a set of videos depicting the various Asanas. https://t.co/Ptzxb89hrV
— Narendra Modi (@narendramodi) June 16, 2023


