প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা সিদ্ধিদাত্ৰীৰ আশীৰ্বাদ বিচাৰি তেওঁৰ সকলো ভক্তক নিজ নিজ লক্ষ্যত উপনীত হোৱাৰ বাবে আশীৰ্বাদ দিবলৈ প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দেৱী মাতৃৰ পূজাৰ জৰিয়তে ভক্তসকলৰ মাজত এক অসাধাৰণ শক্তি প্ৰৱাহিত হয় যিয়ে তেওঁলোকক সফলতাৰ আত্মবিশ্বাসৰে ভৰাই তোলে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰে-
“सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी॥”
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
‘মা সিদ্ধিদাত্ৰীক প্ৰণাম জনাইছো! তেওঁৰ সকলো ভক্তকে নিজ নিজ লক্ষ্যত উপনীত হোৱাৰ আশীৰ্বাদ দিবলৈ দেৱী মাৰ ওচৰত কামনা কৰিছো।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी॥”
দেৱী মাৰ সাধনাৰ জৰিয়তে ভক্তসকলৰ মাজত বিস্ময়কৰ শক্তিৰ সঞ্চাৰ হয়। এই শক্তিয়ে তেওঁলোকক সফলতাৰ আত্মবিশ্বাসৰে ভৰাই তোলে’।
मां सिद्धिदात्री को नमन! देवी मां से कामना है कि वे अपने सभी उपासकों को लक्ष्य-सिद्धि का आशीर्वाद दें।
— Narendra Modi (@narendramodi) March 27, 2026
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी॥ pic.twitter.com/WHRwQewUaa
“देवी मां की साधना से भक्तों में अद्भुत शक्ति का संचार होता है। यह शक्ति उन्हें सफलता के विश्वास से भर देती है।”
देवी मां की साधना से भक्तों में अद्भुत शक्ति का संचार होता है। यह शक्ति उन्हें सफलता के विश्वास से भर देती है।https://t.co/Qwf8dMV9cp
— Narendra Modi (@narendramodi) March 27, 2026


