প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গণৰাজ্য দিৱস ভাৰতৰ স্বাধীনতা, সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ এক শক্তিশালী প্ৰতীক। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত এক দৃঢ় সংকল্পৰ সৈতে একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ বাবে দেশবাসীক নতুন শক্তি আৰু প্ৰেৰণা যোগায়।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক সংস্কৃত সুভাষিতাম শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়েঃ-

 “पारतन्त्र्याभिभूतस्य देशस्याभ्युदयः कुतः।

अतः स्वातन्त्र्यमाप्तव्यमैक्यं स्वातन्त्र्यसाधनम्॥”

সুভাষিতামত কোৱা হৈছে যে যি আন দেশৰ ওপৰত নিৰ্ভৰশীল বা বশীভূত, সেই দেশৰ উন্নতি সম্ভৱ নহয়। সেয়েহে স্বাধীনতা আৰু ঐক্যক আমাৰ পথ প্ৰদৰ্শক নীতি হিচাপে গ্ৰহণ কৰিলেহে দেশৰ প্ৰগতি সুনিশ্চিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়;

“গণৰাজ্য দিৱস আমাৰ স্বাধীনতা, সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ এক শক্তিশালী প্ৰতীক। এই উৎসৱে আমাক একত্ৰিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্পৰে আগবাঢ়ি যোৱাৰ নতুন শক্তি আৰু প্ৰেৰণা যোগায়।

पारतन्त्र्याभिभूतस्य देशस्याभ्युदयः कुतः।

अतः स्वातन्त्र्यमाप्तव्यमैक्यं स्वातन्त्र्यसाधनम्॥”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi