প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-
“न मर्षयन्ति चात्मानं
सम्भावयितुमात्मना।
अदर्शयित्वा शूरास्तु
कर्म कुर्वन्ति दुष्करम्।”
সংস্কৃত হিতোপদেশটোত কোৱা হৈছে যে প্ৰকৃত যোদ্ধাসকলে নিজকে প্ৰশংসা কৰাৰ প্ৰয়োজন অনুভৱ নকৰে আৰু মৌখিকভাৱে প্ৰকাশ কৰাৰ পৰিবৰ্তে কঠিন আৰু প্ৰত্যাহ্বানমূলক কাৰ্য্য সম্পাদন অব্যাহত ৰাখে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখছে;
“न मर्षयन्ति चात्मानं
सम्भावयितुमात्मना।
अदर्शयित्वा शूरास्तु
कर्म कुर्वन्ति दुष्करम्।।”
न मर्षयन्ति चात्मानं
— Narendra Modi (@narendramodi) December 16, 2025
सम्भावयितुमात्मना।
अदर्शयित्वा शूरास्तु
कर्म कुर्वन्ति दुष्करम्।। pic.twitter.com/cpPEZyWUsw


