প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওচমান মীৰে কণ্ঠদান কৰা, ঔম দাভে আৰু গৌৰাং পালে সংগীত ৰচনা কৰা ভক্তিমূলক ভজন “শ্ৰী ৰামজী পধাৰে” শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয়,

‘অযোধ্যা নগৰীত শ্ৰী ৰামজীৰ আগমনক লৈ সৰ্বত্ৰ উৎসাহ আৰু আনন্দৰ সৃষ্টি হৈছে। ওচমান মীৰজীৰ এই সুৰীয়া ৰাম ভজন শুনিলে আপোনাৰো ঐশ্বৰিক অনুভূতি হ‘ব। #ShriRamBhajan”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government