প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিন নটিয়ালে কণ্ঠ নিগৰোৱা ভগৱান ৰামৰ ভক্তিমূলক ভজন শ্বেয়াৰ কৰে। ইয়াৰ সুৰ কৰিছে পায়েল দেব আৰু ৰচনা কৰিছে মনোজ মুন্তশিৰে।
এটি এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“ভগৱান শ্ৰীৰামৰ অভিষেকৰ শুভ ক্ষণত অযোধ্যাৰ লগতে সমগ্ৰ দেশে ৰামময়তা উদযাপন কৰিছে। জুবিন নটিয়াল জী, পায়েল দেব জী আৰু মনোজ মুন্তশিৰ জীৰ এই আদৰণি ভজন ৰাম লালাৰ প্ৰতি ভক্তিৰে ভৰা, হৃদয়স্পৰ্শী...#ShriRamBhajan”
भगवान श्री राम की प्राण-प्रतिष्ठा के सुअवसर पर अयोध्या के साथ-साथ पूरा देश राममय हो रहा है। राम लला की भक्ति से ओतप्रोत जुबिन नौटियाल जी, पायल देव जी और मनोज मुंतशिर जी का यह स्वागत भजन दिल को छू लेने वाला है…#ShriRamBhajan https://t.co/qg3vIDyeMa
— Narendra Modi (@narendramodi) January 5, 2024


