প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশীয়ভাৱে বিকশিত মিডিয়াম এলটিটিউড লং এণ্ডুৰেন্স তাপছ ইউএভিৰ অনুশীলনৰ সময়ত ইয়াৰ জৰিয়তে ১২,০০০ ফুট উচ্চতাৰ পৰা সংগ্ৰহ কৰা গ্ৰাউণ্ড এণ্ড এয়াৰ ডিচপ্লেৰ এৰিয়েল কভাৰেজ শ্বেয়াৰ কৰিছে।
Very interesting! https://t.co/Ke0OtEY2Np
— Narendra Modi (@narendramodi) February 12, 2023


