প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ২০২৬ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছে।
শ্ৰী মোদীয়ে এক সুভাষিতামৰ জৰিয়তে উল্লেখ কৰে যে জীৱনৰ লক্ষ্য জ্ঞান, নিস্বাৰ্থ, সম্পদ, সাহস, ক্ষমতা, শক্তি, স্মৃতি, স্বতন্ত্ৰতা, দক্ষতা, উজ্জ্বলতা, ধৈৰ্য আৰু কোমলতাৰে সমৃদ্ধ।
প্ৰধানমন্ত্ৰীয়ে প্ৰাচীন জ্ঞানৰ উদ্ধৃতি দি কয়ঃ
আপোনালোক সকলোকে ২০২৬ৰ অশেষ শুভকামনা জনাইছো। মই আশা কৰো যে এই বৰ্ষটোৱে সকলোৰে বাবে নতুন আশা, নতুন সংকল্প আৰু এক নতুন আত্মবিশ্বাস কঢ়িয়াই আনক। সকলোকে জীৱনত আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ক।
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥”
2026 की आप सभी को बहुत-बहुत शुभकामनाएं। कामना करते हैं कि यह वर्ष हर किसी के लिए नई आशाएं, नए संकल्प और एक नया आत्मविश्वास लेकर आए। सभी को जीवन में आगे बढ़ने की प्रेरणा दे।
— Narendra Modi (@narendramodi) January 1, 2026
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ pic.twitter.com/vMhlHe3fGR


