প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী ব্ৰহ্মচাৰিনীৰ ঐশ্বৰিক শক্তি আৰু কৰুণাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
"মা ব্ৰহ্মচাৰিনীৰ চৰণত কোটি কোটি প্ৰণাম! দেৱী মাই সকলো ভক্তৰ প্ৰতি দয়া অব্যাহত ৰাখক।
दधाना करपद्माभ्यामक्षमालाकमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥"
দেৱীয়ে ৰুদ্ৰাক্ষৰ মালা আৰু এটা পানীৰ পাত্ৰ তেওঁৰ পদুম সদৃশ হাতেৰে ধৰি থাকে-পৰম ক্ষমতাশালী দেৱী ব্ৰহ্মাচাৰিনীয়ে মোৰ প্ৰতি দয়া অব্যাহত ৰাখক।
मां ब्रह्मचारिणी के चरणों में कोटि-कोटि नमन! देवी मां सभी भक्तों पर अपनी कृपा बनाए रखें।
— Narendra Modi (@narendramodi) March 20, 2026
दधाना करपद्माभ्यामक्षमालाकमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥ pic.twitter.com/Si6wvST4GZ


