প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পুৱাৰ ভাগত এক গৰ্বা শ্বেয়াৰ কৰে, যিটো তেওঁ যোৱা সপ্তাহত ৰচনা কৰিছিল।

গীতটিৰ সংগীত আৰু কণ্ঠ মিট ব্ৰাদাৰ্ছ আৰু দিব্যা কুমাৰৰ।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;

"পৱিত্ৰ নৱৰাত্ৰিৰ শুভ ক্ষণত, যোৱা সপ্তাহত মই ৰচনা কৰা এটি গৰ্বা শ্বেয়াৰ কৰিবলৈ পাই মই আনন্দিত। উৎসৱৰ ৰঙেৰে সকলোকে আনন্দিত হ'বলৈ দিয়ক! 

 

এই গৰ্বাত কণ্ঠ আৰু সংগীত দিয়াৰ বাবে মই @MeetBros দিব্যা কুমাৰক ধন্যবাদ জনাইছোঁ।

 

https://www.youtube.com/watch?v=0b9TSAvBVDw

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report

Media Coverage

EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মে’ 2026
May 08, 2026

Nari Shakti to National Security: One Vision, a Thousand Victories Under PM Modi