প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুৰেশ ৱাদেকাৰ আৰু আৰ্যা আম্বেকাৰৰ এটি ভক্তিমূলক গীত সহভাগ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাম ভক্তিৰ আৱেগত সমগ্ৰ দেশ নিমজ্জিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’-ত কয়:

"অযোধ্যাত হ’ব লগা প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ ভগৱান শ্ৰী ৰামৰ প্ৰতি ভক্তিৰ ৰসত সমগ্ৰ দেশ নিমজ্জিত হৈছে। সুৰেশ ৱাদেকাৰজী আৰু আৰ্যা আম্বেকাৰজীয়ে তেওঁলোকৰ সুমধুৰ সুৰত এই অনুভূতিকে বৰ্ণাইছে। "

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2025
December 08, 2025

Viksit Bharat in Action: Celebrating PM Modi's Reforms in Economy, Infra, and Culture