Share
 
Comments

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু বলিদানক অভিবাদন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত আমি আমাৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু ত্যাগক অভিবাদন জনাইছোঁ। বহু দশক ধৰি, তেওঁলোকে আমাৰ দেশক সুৰক্ষা দিয়া আৰু এক শক্তিশালী ভাৰতত অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মই আপোনালোক সকলোকে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিত অৱদান আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
PM Modi felicitates 11 workers who built new Parliament building, gifts shawls

Media Coverage

PM Modi felicitates 11 workers who built new Parliament building, gifts shawls
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Social Media Corner 28th May 2023
May 28, 2023
Share
 
Comments

New India Unites to Celebrate the Inauguration of India’s New Parliament Building and Installation of the Scared Sengol

101st Episode of PM Modi’s ‘Mann Ki Baat’ Fills the Nation with Inspiration and Motivation