প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম মেট ফ্ৰেডৰিকছেনৰ সৈতে কোপেনহেগেনৰ বেলা চেন্টাৰত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰে মত-বিনিময় কৰে। শিক্ষাৰ্থী, গৱেষক, পেছাদাৰী আৰু ব্যৱসায়ীলৈকে ডেনমাৰ্কত ভাৰতীয় সমাজখনৰ ১০০০ ৰোধিক সদস্যই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনৰ ভাৰতীয়সকলৰ প্ৰতি থকা আন্তৰিকতা আৰু সন্মানৰ মনোভাৱৰ শলাগ লয় আৰু উভয় দেশে সেউজ বিকাশৰ বাবে উদ্ভাৱনীমূলক সমাধান সূত্ৰ নিৰ্ণয়ৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে বুলি গুৰুত্ব আৰোপ কৰে। তেখেতে ডেনমাৰ্কত ভাৰতীয় সমাজখনে পালন কৰা ইতিবাচক ভূমিকাক প্ৰশংসা কৰে। তেখেতে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে আৰু ভাৰত-ডেনমাৰ্কৰ অধিক সহযোগিতাৰ বাবে আহ্বান জনায়।

         

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi