“Expo will go a long way in further building our deep and historical relations with UAE, and with Dubai”
“This expo is also testimony to the resilience of mankind against the once-in-a-century pandemic”
“India offers you maximum growth.Growth in scale, growth in ambition, growth in results.Come to India and be a part of our growth story”
“Our economic growth is powered by a combination of legacy industries and start-ups”
“Over the last seven years, the Government of India has undertaken several reforms to boost economic growth. We will keep doing more to continue this trend”

নমস্কাৰ!

এক্সপ' ২০২০ ডুবাইত ইণ্ডিয়া পেভিলিয়নলৈ স্বাগতম। এইখন এখন ঐতিহাসিক এক্সপ'। ই হৈছে মধ্যপ্ৰাচ্য, আফ্ৰিকাত আৰু দক্ষিণ এছিয়া অঞ্চলত অনুষ্ঠিত এনেকুৱা প্ৰথম। ভাৰত এই এক্সপ'ত এক বৃহত্তম পেভিলিয়নত ভাগ লৈছে। মই নিশ্চিত যে এই এক্সপ'ই ইউএইৰ লগতে ডুবাইৰ সৈতে আমাৰ গভীৰ আৰু ঐতিহাসিক সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক দীঘলীয়া পথত যাত্ৰা কৰিব। ইউএইৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক মহামান্য শ্বেইখ খলিফা বিন জায়েদ বিন আল নাহয়ানক ভাৰতৰ চৰকাৰ আৰু জনসাধাৰণৰ হৈ অভিবাদন জনাই মই আৰম্ভ কৰিছো।

মই লগতে ইউএইৰ প্ৰধানমন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰপতি আৰু ডুবাইৰ শাসক মহামান্য শ্বেইখ মোহম্মদ বিন ৰাশ্বিদ আল মাকটুমক আন্তৰিক অভিনন্দন জনাইছো। লগতে মই আবু ধাবিৰ ক্ৰাউন প্ৰিঞ্চ  মোৰ ভাতৃ, মহামান্য শ্বেইখ মোহম্মদ বিন জায়েদ আল নাহয়ানক মোৰ শুভকামনা জনাইছো। আমি আমাৰ নীতিগত বন্ধুত্বৰ ক্ষেত্ৰত লাভ কৰা প্ৰগতিত তেওঁ কাৰ্যকৰী ভূমিকা পালন কৰিলে। আমাৰ দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আমাৰ কাম অব্যাহত ৰাখিবলৈ মই বাট চাই আছো।

বন্ধুসকল,

এক্সপ' ২০২০ৰ মূল প্ৰসংগ হৈছেঃ কানেক্টিং মাইণ্ডছ, ক্ৰিয়েটিং দ্য ফিউচাৰ। এই প্ৰসংগৰ উদ্যম ভাৰতৰ প্ৰচেষ্টাসমূহৰ মাজতো পৰিলক্ষিত হৈছে যিহেতু আমি এখন নতুন ভাৰত গঢ়িবলৈ অগ্ৰসৰ হৈছো। জকমকীয়াকৈ এক্সপ' ২০২০ৰ আয়োজন কৰা বাবে ইউএইৰ চৰকাৰকো মই অভিনন্দন জনাইছো। শতিকাত এবাৰ হোৱা মহামাৰীৰ বিৰুদ্ধে  এই এক্সপ' মানুহৰ স্বাভাৱিক অৱস্থালৈ প্ৰত্যাৱৰ্তনৰ সাক্ষ্য।

বন্ধুসকল, 

ভাৰতৰ পেভিলিয়নৰ প্ৰসংগ হৈছেঃ মুক্ততা, সুযোগ আৰু বিকাশ। আজি ভাৰত হৈছে পৃথিবীৰ সবাতোকৈ মুক্ত দেশসমূহৰ অন্যতম। শিক্ষাৰ প্ৰতি মুক্ত, সম্ভাৱনাৰ প্ৰতি মুক্ত, নৱোন্মেষণৰ প্ৰতি মুক্ত, বিনিয়োগৰ প্ৰতি মুক্ত। সেয়ে মই আপোনালোকক আমাৰ দেশলৈ আহিবলৈ আৰু বিনিয়োগ কৰিবলৈ আহ্বান জনাইছো। আজি ভাৰত হৈছে সুযোগৰ এক ভূমি। কলা বা বাণিজ্যৰ ক্ষেত্ৰতেই হওক, উদ্যোগ আৰু শিক্ষানুষ্ঠানেই হওক, তাত আৱিষ্কাৰ কৰাৰ সুযোগ, বন্ধুত্বৰ সুযোগ, প্ৰগতিৰ সুযোগ আছে। ভাৰতলৈ আহক আৰু এই সুযোগবিলাক আহৰণ কৰক। ভাৰতে আপোনালোকক সৰ্বাধিক বিকশো প্ৰদান কৰি আছে। অগ্ৰগতিৰ বিকাশ, অভিলাষৰ বিকাশ, পৰিণামৰ বিকাশ। ভাৰতলৈ আহক আৰু আমাৰ বিকাশৰ কাহিনীত অংশ হওক।

বন্ধুসকল,

ভাৰত ইয়াৰ স্পন্দনশীলতা আৰু বৈচিত্ৰ্যৰ বাবে বিখ্যাত। আমাৰ বেলেগ বেলেগ সংস্কৃতি, ভাষা, খাদ্য, কলা-সংগীত আৰু নৃত্যৰ ধৰণ  আছে। এই বৈচিত্ৰ্য আমাৰ পেভিলিয়নত প্ৰতিফলিত হৈছে। একেদৰে, ভাৰত হৈছে প্ৰতিভাৰ এটা পাৱাৰ হাউছ। প্ৰযুক্তি, গৱেষণা আৰু নৱোন্মেষণৰ জগতত আমাৰ দেশে বহুতো অগ্ৰগতি সাধন কৰিছে। আমাৰ অৰ্থনৈতিক বিকাশ পূৰ্বাপৰ চলি থকা উদ্যোগ আৰু ষ্টাৰ্ট-আপসমূহৰ এক সমন্বয়ত শক্তিশালী হৈছে। ভাৰতৰ পেভিলিয়নে এই বিভিন্ন ক্ষেত্ৰৰ সৰ্বোত্তমবিলাক প্ৰদৰ্শন কৰিব। ই লগতে স্বাস্থ্য, বস্ত্ৰ শিল্পৰ আন্তঃগাঁথনি, সেৱা আৰু বহুতো ক্ষেত্ৰত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিব। যোৱা সাত বছৰত, ভাৰত চৰকাৰে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ কেইবাটাও সংস্কাৰৰ কাম হাতত লৈছে। এই ধাৰা অব্যাহত ৰাখিবলৈ আমি আৰু কাম কৰি যাম।

বন্ধুসকল,  

যিহেতু ভাৰতে অমৃত মহোৎসৱ হিচাপে স্বাধীনতাৰ ৭৫ বছৰ পালন কৰিছে, সেয়ে আমি প্ৰত্যেককে ইণ্ডিয়া পেভিলিয়নলৈ আমন্ত্ৰণ কৰিছো আৰু স্পন্দিত নতুন ভাৰতৰ সুযোগবিলাকত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছো। আহক আমি পৃথিৱীখনক সব কা সাথ, সব কা বিকাশ, সব কা বিশ্বাস, সব কা প্ৰয়াসেৰে জীয়াই থাকিবলৈ এক অধিক উন্নত ঠাই হিচাপে গঢ়ি তোলো।

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi completes 12 years in office; BJP, Union ministers hail his leadership

Media Coverage

PM Modi completes 12 years in office; BJP, Union ministers hail his leadership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves integration and continuation of two schemes under umbrella scheme SARTHAK-PDS
May 27, 2026
Centre to spend Rs. 25,530 crore in next 5 years for SARTHAK PDS
Continuation of schemes to ensure last-mile delivery of Food grains with higher FPS Dealers’ commission
Government strive for intelligently optimized PDS operations through advanced technologies to ensure transparency, security and sustainability in PDS operations

The Cabinet Committee on Economic Affairs (CCEA) chaired by the Prime Minister Shri Narendra Modi has approved the continuation of the “Scheme for Assistance in Ration Transport and Handling-Income with Automation in PDS” (SARTHAK PDS) as an umbrella scheme, in the 16th Finance Commission cycle award period, with an outlay of Rs. 25,530 crore as Central share.

The CCEA has also decided to revise the norms of Central assistance for meeting expenditure incurred by States/UTs intra-state movement & handling of foodgrains and FPS dealers’ margin and continuation of the existing funding pattern of Central Assistance.

The Scheme is conceived as an umbrella scheme integrating the ongoing schemes: (i) “Assistance to State Agencies for intra-State movement of foodgrains and FPS dealers’ margin under NFSA” and (ii) “Scheme for Modernization and Reforms through Technology in Public Distribution System (SMART PDS)” to comprehensively strengthen implementation of the National Food Security Act, 2013 (NFSA).

SARTHAK-PDS Scheme aims to provide (a) assured financial support for intra-State movement, handling and FPS dealer’s margin, and (b) a unified, citizen-centric, intelligent and interoperable PDS architecture that ensures last-mile service delivery, minimizes leakages and strengthens the nation’s commitment to food security under NFSA, with the merged scheme to operate up to 31.03.2031.

SARTHAK-PDS Scheme seeks to modernize, integrate and intelligently optimize PDS operations through advanced technologies such as Artificial Intelligence (AI), Machine Learning (ML), Natural Language Processing (NLP) and Blockchain, by creating standardized architectures and unified databases for real-time monitoring, AI-driven grievance and analytics systems, State Command Control Centres for data-driven oversight, and ISO-certified process frameworks to ensure transparency, security and sustainability in PDS operations.

Government of India has a social & legal commitment to the people of the nation - a dignified life by ensuring them access to food and nutritional security through the availability of adequate quantities of quality food grains. The Scheme will work towards fulfilling the Government of India's commitment to 81.35 crore persons covered under NFSA. Building on the statutory and policy framework, SARTHAK-PDS retains and streamlines the financial assistance component while simultaneously embedding it within a modern, technology-driven PDS ecosystem.

Over the past decade, the Government has implemented multiple digitization initiatives such as End-to-End Computerization of TPDS, Integrated Management of PDS (IM-PDS) and SMART PDS, along with citizen-facing applications like Mera Ration, Anna Mitra, Rightful Targeting Dashboard and Anna Sahayata, and since 1st April 2023, the SMART PDS scheme has acted as the cornerstone of technology-led reforms by enabling complete digitization of ration cards, Aadhaar seeding, FPS automation through e-PoS, online allocation and computerized supply-chain management across 36 States/UTs.