প্ৰধানমন্ত্ৰীয়ে দেশ বিভাজনৰ বলি হোৱা লোকসকলক স্মৰণ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিভাজন বিভিষিকা স্মৃতি দিৱস’ উপলক্ষে দেশ বিভাজনত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰে। শ্ৰী মোদীয়ে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ঘৰৰ পৰা স্থানচ্যুত হোৱা লোকসকলৰ সংগ্ৰামৰ কথাও স্মৰণ কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“বিভাজন বিভিষিকা স্মৃতি দিৱসত দেশ বিভাজনত প্ৰাণ আহুতি দিয়া ভাৰতীয়সকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। ইয়াৰ সমান্তৰালকৈ এই দিনটোৱে আমাক স্থানচ্যুতিৰ বোজা বহন কৰিবলৈ বাধ্য হোৱাসকলৰ দুখ-কষ্ট আৰু সংগ্ৰামৰ কথাও মনত পেলাই দিয়ে। এনে সকলো লোকক প্ৰণাম জনাইছো”।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi