আজি তামিলনাডুৰ শ্ৰীৰঙানাথ স্বামীমন্দিৰত প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে।

 

মহানকম্বনে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে তেওঁৰ ৰামায়ণ উপহাৰ দিয়া মন্দিৰত তেওঁ কম্বৰামায়ণৰ শ্লোক শুনিছিল।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"শ্ৰীৰংগনাথস্বামীমন্দিৰতপ্ৰাৰ্থনাকৰাৰসুযোগপাইসন্মানিত।এইমন্দিৰৰসৈতেপ্ৰভুশ্ৰীৰামৰসম্পৰ্কদীৰ্ঘদিনীয়া।প্ৰভুশ্ৰীৰামেওযিঈশ্বৰকপূজাকৰিছিল, তেওঁৰদ্বাৰাআশীৰ্বাদপাইমইধন্যঅনুভৱকৰিছো।"

 

 

The Prime Minister also listened to verses of the Kamba Ramayan at the temple.

 

প্ৰধানমন্ত্ৰীয়েমন্দিৰতকম্বৰামায়ণৰপদোশুনিছিল।"শ্ৰীৰংগনাথস্বামীমন্দিৰতকম্বৰামায়ণৰপদশুনাটোএটাঅভিজ্ঞতাযিটোমইগোটেইজীৱনলালন-পালনকৰিম।এইটোৱেইযেমহানকম্বনেপ্ৰথমবাৰৰবাবেৰাজহুৱাভাৱেৰামায়ণউপস্থাপনকৰামন্দিৰটোৱেইইয়াকঅধিকউল্লেখযোগ্যকৰিতুলিছে।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride