প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰে নিজৰ মাতৃৰ সন্মানত এজোপা গছপুলি ৰোপণ কৰাটো প্ৰেৰণাদায়ক।

উল্লেখ্য যে, ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ ডাঙৰীয়াই আজি নতুন দিল্লীৰ যমুনা নদীৰ কাষৰ পৰিৱেশ ক্ষেত্ৰ ASITA ত তেওঁৰ মাতৃ শ্ৰীমতী কেশৰী দেৱী জীৰ সন্মানাৰ্থে এটি গছপুলি ৰোপণ কৰে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ "এক আদৰণীয় কাম। সন্মানীয় উপ-ৰাষ্ট্ৰপতি মহোদয়ে মাতৃৰ সন্মানাৰ্থে এজোপা গছ ৰোপণ কৰাটো সকলোৰে বাবে প্ৰেৰণাদায়ক।"

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Make in India goes global with Maha Kumbh

Media Coverage

Make in India goes global with Maha Kumbh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Mizoram meets PM Modi
January 21, 2025