Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰা সংস্কৃতি মন্ত্ৰালয়ৰ বিতস্তা কাৰ্যসূচীৰ প্ৰশংসা কৰে।

সংস্কৃতি মন্ত্ৰালয়ে কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰিবলৈ ২৭-৩০ জানুৱাৰী ২০২৩ৰ পৰা বিতস্তা কাৰ্যসূচীৰ আয়োজন কৰিছে। 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ ভাবনাৰ প্ৰতীক এই কাৰ্যসূচীৰ জৰিয়তে কাশ্মীৰৰ ঐতিহাসিক পৰিচয় আন ৰাজ্যসমূহৰ মাজত দাঙি ধৰা হৈছে।

অমৃত মহোৎসৱৰ এক টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

‘কাশ্মীৰৰ সমৃদ্ধ ঐতিহ্য, বৈচিত্ৰ্য আৰু বৈশিষ্টৰ পৰিচয় কৰোৱাৰ বাবে এক সুন্দৰ প্ৰয়াস কৰা হৈছে।’

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
'Exceptional': PM Modi lauds HAL's record revenue of ₹26,500 crore

Media Coverage

'Exceptional': PM Modi lauds HAL's record revenue of ₹26,500 crore
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles demise of Indian Cricketer, Salim Durani
April 02, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has expressed deep grief over the demise of Indian Cricketer, Salim Durani.

In a tweet thread, the Prime Minister said;

“Salim Durani Ji was a cricketing legend, an institution in himself. He made a key contribution to India’s rise in the world of cricket. On and off the field, he was known for his style. Pained by his demise. Condolences to his family and friends. May his soul rest in peace.”

“Salim Durani Ji had a very old and strong association with Gujarat. He played for Saurashtra and Gujarat for a few years. He also made Gujarat his home. I have had the opportunity to interact with him and was deeply impressed by his multifaceted persona. He will surely be missed.”