প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭, লোক কল্যাণ মাৰ্গত মহামহিম ৰজা তৃতীয় চাৰ্লছে উপহাৰ দিয়া কদমৰ পুলি এটা ৰোপণ কৰে। শ্ৰী মোদীয়ে কয়, “তেওঁ পৰিবেশ আৰু বহনক্ষমতাৰ প্ৰতি অত্যন্ত আগ্ৰহী, ইয়াকে লৈ আমাৰ আলোচনাও হৈছে।“
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
"আজি পুৱা ৭, লোক কল্যাণ মাৰ্গত মহামহিম ৰজা তৃতীয় চাৰ্লছে উপহাৰ দিয়া কদমৰ পুলি এটা ৰোপণ কৰোঁ। তেওঁ পৰিবেশ আৰু বহনক্ষমতাৰ প্ৰতি অত্যন্ত আগ্ৰহী, ইয়াকে লৈ আমাৰ আলোচনাও হৈছে।"
@RoyalFamily
This morning, planted a Kadamb sapling at 7, Lok Kalyan Marg, which was gifted by His Majesty King Charles III. He is very passionate about the environment and sustainability, a topic which features in our discussions too.@RoyalFamily pic.twitter.com/WtkjMVHqVz
— Narendra Modi (@narendramodi) September 19, 2025


