প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয় দিনা মা কালীৰ আশীৰ্বাদ লৈ আৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সাতখিৰাত যশোৰেশ্বৰী কালী শক্তিপীঠত পূজা অৰ্চনা কৰে, যিখন পৌৰাণিক পৰম্পৰাৰ ৫১খন শক্তিপীঠৰ অন্যতম৷ প্ৰধানমন্ত্ৰীয়ে লগতে মা কালীৰ শিৰত ৰূপ আৰু সোণ খচিত হস্তনিৰ্মিত মুকুট স্থাপন কৰে৷ এই মুকুটটো স্থানীয় এগৰাকী খনিকৰে তিনি সপ্তাহত প্ৰস্তুত কৰি উলিয়াইছে৷.

বন্ধুত্বপূৰ্ণ সহায়ৰ হাত হিচাপে প্ৰধানমন্ত্ৰীয়ে মন্দিৰৰ চৌহদত ঘূৰ্ণীবতাহত পীড়িত লোকসকলে আশ্ৰয় ল’ব পৰাকৈ এটা সমূহীয়া ভৱন নিৰ্মাণৰ বাবে অনুদান আগবঢ়াব বুলি ঘোষণা কৰে৷ এই ভৱনটো বাৰ্ষিক কালী পূজা আৰু মন্দিৰৰ মেলাৰ সময়ত ভক্তসকলে ব্যৱহাৰ কৰিব আৰু সকলো ধর্মৰ মানুহে ঘূৰ্ণীবতাৰ সময়ত নিৰাপদ আশ্রয়স্থল হিচাপে এইটো ব্যৱহাৰ কৰিব পাৰিব৷.

 

 

 

 

 





 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2025
December 08, 2025

Viksit Bharat in Action: Celebrating PM Modi's Reforms in Economy, Infra, and Culture