প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মহাযোদ্ধা মহাৰাণা প্ৰতাপৰ  প্ৰতি তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মহাৰাণা প্ৰতাপ বীৰত্ব আৰু সাহসৰ অমৰ প্ৰতীক হৈয়েই আছে। তেওঁ উল্লেখ কৰে যে মহাযোদ্ধাগৰাকীয়ে মাতৃভূমিৰ সন্মান, গৌৰৱ তথা মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে লগতে  কয় যে মহাৰাণা প্ৰতাপৰ অদম্য সাহস আৰু আত্মসন্মানৰ কাহিনীয়ে দেশবাসীৰ হৃদয়ত জগাই তোলা  দেশপ্ৰেমৰ মনোভাৱে আগন্তুক প্ৰজন্মক প্ৰেৰণা দি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে;

মহাৰাণা প্ৰতাপ—দেশৰ মহান যোদ্ধা আৰু শৌৰ্য তথা  শক্তিৰ অমৰ প্ৰতীক—তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। তেওঁ নিজৰ মাতৃভূমিৰ সন্মান, মৰ্যাদা, গৌৰৱ ৰক্ষাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ অদম্য সাহস আৰু  আত্মসন্মানৰ কাহিনীবোৰে আগন্তুক প্ৰজন্মলৈ জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেমৰ শিখা জ্বলাই ৰাখিব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥