প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ জয়ন্তীত মই তেওঁৰ প্রতি প্রণাম জনাইছো। তেওঁৰ উচ্চ আর্দশই আমাৰ দেশৰ লাখ লাখ লোকক অনুপ্রাণিত কৰিছে। দেশৰ ঐক্য আৰু প্ৰগতিৰ লক্ষ্যৰে ড০ মুখাৰ্জীয়ে আজীৱন নিজকে উৎসৰ্গা কৰিছিল৷ তেওঁ এজন মহান পণ্ডিত আৰু বুদ্ধিজীৱি হিচাপে তেওঁৰ নিজা পৰিচয় ৰাখি গৈছে৷"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ray Dalio: Why India is at a ‘Wonderful Arc’ in history—And the 5 forces redefining global power

Media Coverage

Ray Dalio: Why India is at a ‘Wonderful Arc’ in history—And the 5 forces redefining global power
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ডিচেম্বৰ 2025
December 25, 2025

Vision in Action: PM Modi’s Leadership Fuels the Drive Towards a Viksit Bharat