প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ ৰাষ্ট্ৰৰ বাবে তেওঁলোকৰ সেৱা আৰু ত্যাগ সদায় স্মৰণীয় হৈ থাকিব।"
I pay homage to the brave heroes who were martyred in Pulwama. Their service and sacrifice for our nation will always be remembered.
— Narendra Modi (@narendramodi) February 14, 2024