প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন বঁটা বিজয়ী শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।



প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজৰ নিপীড়িত, বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থান কৰ্পূৰী ঠাকুৰৰ ৰাজনীতিৰ মূল বিষয় আছিল। তেওঁ উল্লেখ কৰে যে জননায়ক কৰ্পূৰী ঠাকুৰক তেওঁৰ সৰলতা আৰু জনসেৱাৰ প্ৰতি আজীৱন সমৰ্পণৰ বাবে সদায় স্মৰণ আৰু অনুকৰণ কৰা হ'ব।


 প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়;

 

‘বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰত ৰত্ন জননায়ক কৰ্পূৰী ঠাকুৰজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সমাজৰ নিপীড়িত, বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থান তেওঁৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু আছিল। ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ সৰলতা আৰু সমৰ্পণৰ বাবে তেওঁক সদায় স্মৰণ আৰু অনুকৰণ কৰা হ’ব’।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Not Just Optics: How PM Modi’s Boat Ride Draws On Bengal’s Cultural Memory

Media Coverage

Not Just Optics: How PM Modi’s Boat Ride Draws On Bengal’s Cultural Memory
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength