প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাৱাৰকাৰৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ কয়:

"সকলো দেশবাসীৰ হৈ বীৰ সাৱাৰকাৰৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কৃতজ্ঞ ৰাষ্ট্ৰই স্বাধীনতা আন্দোলনত তপস্যা, ত্যাগ, সাহস আৰু সংগ্ৰামেৰে পৰিপূৰ্ণ তেওঁৰ অমূল্য অৱদানক কেতিয়াও পাহৰিব নোৱাৰে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New high for India-made car exports

Media Coverage

New high for India-made car exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional