প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীযুত পিংগলী ভেংকয়া জীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যিগৰাকী ব্যক্তি আমাৰ গৌৰৱময় ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে স্মৰণীয়। #হৰঘৰত্ৰিৰংগা আন্দোলন শক্তিশালী কৰি ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনাই শ্ৰী মোদীয়ে ত্ৰিৰংগাৰ সৈতে চেলফি বা ফটো তুলি harghartiranga.com ত আপলোড কৰিবলৈ আহ্বান জনায়
এক্সত দিয়া এটা পোষ্টত তেওঁ লিখিছে-
“পিংগলী ভেংকয়াজীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।আমাক ত্ৰিৰংগা দিয়াত তেওঁৰ ভূমিকাৰ বাবে তেওঁক স্মৰণ কৰা হয়, যিটো আমাৰ গৌৰৱ!
সদায়ৰ দৰে #হৰঘৰত্ৰিৰংগা আন্দোলন মজবুত কৰি ত্ৰিৰংগা উৰুৱাওঁ আহক। আপোনাৰ চেলফি বা ফটোবোৰ harghartiranga.com ত আপলোড কৰক”।
Tributes to Pingali Venkayya Ji on his birth anniversary. He is remembered for his role in giving us the Tricolour, which is our pride!
— Narendra Modi (@narendramodi) August 2, 2025
Like always, let’s strengthen #HarGharTiranga movement and fly the Tricolour. Do upload your selfie or photos on https://t.co/uJuh3CXyQS


