প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়ংকালীৰ জন্ম বাৰ্ষিকীত আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক সামাজিক ন্যায় আৰু সবলীকৰণৰ চিৰস্থায়ী প্ৰতীক হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে মহাত্মা আয়ংকালীৰ শিক্ষা আৰু সমতাৰ প্ৰতি অটল দায়বদ্ধতাক আলোকপাত কৰি কয় যে তেওঁৰ উত্তৰাধিকাৰে দেশখনক সৰ্বাংগীন বিকাশৰ দিশত অনুপ্ৰাণিত কৰি যাব।
ছ’চিয়েল মিডিয়া চাইট এক্সত দিয়া পোষ্টত তেওঁ লিখে-
"মহাত্মা আয়াংকালীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। তেওঁক সামাজিক ন্যায় আৰু সবলীকৰণৰ প্ৰতীক হিচাপে স্মৰণ কৰা হয়। জ্ঞান আৰু শিক্ষাৰ প্ৰতিও তেওঁ অতি নিষ্ঠাবান আছিল। তেওঁৰ এই প্ৰচেষ্টাই ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজৰ বাবে ভৱিষ্যত প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি যাব।"
Tributes to Mahatma Ayyankali on his Jayanti. He is remembered as an icon of social justice and empowerment. He was also deeply passionate about knowledge and learning. His efforts will continue motivating generations to work towards a just and equitable society.
— Narendra Modi (@narendramodi) August 28, 2025
മഹാത്മാ അയ്യങ്കാളിയുടെ ജയന്തി ദിനത്തിൽ അദ്ദേഹത്തിന് ആദരാഞ്ജലികൾ. സാമൂഹിക നീതിയുടെയും ശാക്തീകരണത്തിന്റെയും അടയാളമായി അദ്ദേഹം ഓർമ്മിക്കപ്പെടുന്നു. അറിവിലും പഠനത്തിലും അദ്ദേഹത്തിന് അഗാധമായ അഭിനിവേശമുണ്ടായിരുന്നു. അദ്ദേഹത്തിന്റെ പരിശ്രമങ്ങൾ,നീതിയും സമത്വവും നിറഞ്ഞ ഒരു സമൂഹത്തിനായി…
— Narendra Modi (@narendramodi) August 28, 2025





