প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ আধ্যাত্মিক, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁৰ বিশাল অৱদানৰ কথা স্মৰণ কৰে।

এই দিৱস উপলক্ষে এক্স-ত শ্বেয়াৰ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

"আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁক ভাৰতৰ অন্যতম সন্মানীয় আধ্যাত্মিক নেতা, স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক হিচাপে স্মৰণ কৰা হয়। গান্ধীবাদী আদৰ্শ জনপ্ৰিয় কৰাৰ লগতে প্রান্তিয় লোকসকলৰ সবলীকৰণৰ বাবে  তেওঁ জীৱন উৎসর্গা কৰিছিল। তেওঁৰ আদৰ্শই আমাক বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আমাক যথেষ্ট অনুপ্ৰাণিত কৰে। "

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
VP Radhakrishnan in Ladakh, PM Modi in Kolkata as India marks Yoga Day

Media Coverage

VP Radhakrishnan in Ladakh, PM Modi in Kolkata as India marks Yoga Day
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership