প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্বতী গিৰিজীক তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ঔপনিৱেশিক শাসনৰ সমাপ্তিৰ আন্দোলনত তেওঁৰ ভূমিকা, সামূহিক সেৱাৰ প্ৰতি তেওঁৰ আগ্ৰহ তথা স্বাস্থ্যসেৱা, মহিলা সবলীকৰণ আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰাজিৰ প্ৰশংসা কৰে।


এক্সৰ পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"পাৰ্বতী গিৰিজীক তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ঔপনিৱেশিক শাসনৰ সমাপ্তিৰ আন্দোলনত তেওঁ প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। সামূহিক সেৱাৰ প্ৰতি তেওঁৰ আগ্ৰহ তথা স্বাস্থ্যসেৱা, মহিলা সবলীকৰণ আৰু সংস্কৃতিৰ দৰে ক্ষেত্ৰত তেওঁৰ কৰ্মৰাজি উল্লেখযোগ্য। যোৱা মাহৰ #MannKiBaat ত মই এই বিষয়ে কৈছিলোঁ।"

 Paying homage to Parbati Giri Ji on her birth centenary. She played a commendable role in the movement to end colonial rule. Her passion for community service and work in sectors like healthcare, women empowerment and culture is noteworthy. Here is what I had said in last month’s… https://t.co/KrFSFELNNA

 

 

“ପାର୍ବତୀ ଗିରି ଜୀଙ୍କୁ ତାଙ୍କର ଜନ୍ମ ଶତବାର୍ଷିକୀ ଅବସରରେ ଶ୍ରଦ୍ଧାଞ୍ଜଳି ଅର୍ପଣ କରୁଛି। ଔପନିବେଶିକ ଶାସନର ଅନ୍ତ ଘଟାଇବା ଲାଗି ଆନ୍ଦୋଳନରେ ସେ ପ୍ରଶଂସନୀୟ ଭୂମିକା ଗ୍ରହଣ କରିଥିଲେ । ଜନ ସେବା ପ୍ରତି ତାଙ୍କର ଆଗ୍ରହ ଏବଂ ସ୍ୱାସ୍ଥ୍ୟସେବା, ମହିଳା ସଶକ୍ତିକରଣ ଓ ସଂସ୍କୃତି କ୍ଷେତ୍ରରେ ତାଙ୍କର କାର୍ଯ୍ୟ ଉଲ୍ଲେଖନୀୟ ଥିଲା। ଗତ ମାସର #MannKiBaat କାର୍ଯ୍ୟକ୍ରମରେ ମଧ୍ୟ ମୁଁ ଏହା କହିଥିଲି ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore

Media Coverage

APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight