প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা বাপুৰ লগতে সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা বাপুৰ লগতে সকলোৰে প্ৰতি মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ এইটো আমাৰ ৰাষ্ট্ৰৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল৷ ই বিভিন্ন ধৰণৰ অন্যায়ৰ বিৰুদ্ধে এক দৃঢ় প্ৰচেষ্টা হিচাপে স্মৰণীয় হৈ ৰ’ব।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare