প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলৰ বাসভৱনত গণেশ চতুৰ্থী উদযাপনত অংশগ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"গণেশ চতুৰ্থীৰ পৱিত্ৰ উপলক্ষত, মোৰ সতীৰ্থ @PiyushGoyal জীৰ বাসভৱনৰ কাৰ্যক্ৰমলৈ গ'লো।
ভগৱান শ্ৰী গণেশৰ আশীষ আমাৰ ওপৰত যেন সদায়ে থাকে।"
On the auspicious occasion of Ganesh Chaturthi, went to the programme at my colleague @PiyushGoyal Ji’s residence.
— Narendra Modi (@narendramodi) August 31, 2022
May the blessings of Bhagwan Shri Ganesh always remain upon us. pic.twitter.com/mKfsfcY23H


