প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰা কাৰ্য্য অতিশয় ঐশ্বৰিক অভিজ্ঞতা আছিল। তেওঁ কয় যে শিখ গুৰুসকলৰ উদাৰ শিক্ষাই সমগ্ৰ মানৱ জাতিক প্ৰেৰণা যোগায়।

শ্ৰী মোদীয়ে লগতে কয় যে এই গুৰুদ্বাৰৰ শ্ৰী গুৰু গোবিন্দ সিং জীৰ সৈতে অতিশয় ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁৰ সাহসিকতা আৰু ন্যায়ৰ প্ৰতি দায়বদ্ধতা অতিশয় প্ৰেৰণাদায়ক।

 

প্ৰধানমন্ত্ৰীয়ে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত কটোৱা সময়ৰ কেইটামান মুহূৰ্তও শ্বেয়াৰ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;

“আজি সন্ধিয়া তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰা কাৰ্য্য অতিশয় ঐশ্বৰিক অভিজ্ঞতা আছিল। শিখ গুৰুসকলৰ উদাৰ শিক্ষাই সমগ্ৰ মানৱ জাতিক প্ৰেৰণা যোগায়। এই গুৰুদ্বাৰৰ শ্ৰী গুৰু গোবিন্দ সিং জীৰ সৈতে অতিশয় ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁৰ সাহসিকতা আৰু ন্যায়ৰ প্ৰতি দায়বদ্ধতা অতিশয় প্ৰেৰণাদায়ক।”

 

 

“তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত কটোৱা সময়ৰ কেইটামান মুহূৰ্তও শ্বেয়াৰ কৰিছোঁ।”

 

 

Here are some glimpses from Takhat Sri Harimandir Ji Patna Sahib. pic.twitter.com/YWlI23sbiH

— Narendra Modi (@narendramodi) November 2, 2025

“ਅੱਜ ਸ਼ਾਮ ਤਖ਼ਤ ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਜੀ ਪਟਨਾ ਸਾਹਿਬ ਵਿਖੇ ਅਰਦਾਸ ਕਰਨਾ ਬਹੁਤ ਹੀ ਬ੍ਰਹਮ ਅਨੁਭਵ ਸੀ। ਸਿੱਖ ਗੁਰੂਆਂ ਦੀਆਂ ਮਹਾਨ ਸਿੱਖਿਆਵਾਂ ਸਮੁੱਚੀ ਮਨੁੱਖਤਾ ਨੂੰ ਪ੍ਰੇਰਿਤ ਕਰਦੀਆਂ ਹਨ। ਇਸ ਗੁਰਦੁਆਰੇ ਨਾਲ ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਦਾ ਬਹੁਤ ਨੇੜਲਾ ਸਬੰਧ ਹੈ, ਜਿਨ੍ਹਾਂ ਦੀ ਹਿੰਮਤ ਅਤੇ ਨਿਆਂ ਪ੍ਰਤੀ ਵਚਨਬੱਧਤਾ ਬਹੁਤ ਪ੍ਰੇਰਨਾਦਾਇਕ ਹੈ।”

 

“ਪੇਸ਼ ਹਨ ਤਖਤ ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਜੀ ਪਟਨਾ ਸਾਹਿਬ ਦੀਆਂ ਕੁਝ ਝਲਕੀਆਂ”

“At the Takhat Sri Harimandir Ji Patna Sahib, had Darshan of the Holy Jore Sahib of Sri Guru Gobind Singh Ji and Mata Sahib Kaur Ji. They have come to Patna after the divine Guru Charan Yatra, in which people from all walks of life joined. Urging people to come to Patna and take their Darshan. “

 

““ਤਖ਼ਤ ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਜੀ ਪਟਨਾ ਸਾਹਿਬ ਵਿਖੇ, ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਅਤੇ ਮਾਤਾ ਸਾਹਿਬ ਕੌਰ ਜੀ ਦੇ ਪਵਿੱਤਰ ਜੋੜੇ ਸਾਹਿਬ ਦੇ ਦਰਸ਼ਨ ਕੀਤੇ। ਉਹ ਬ੍ਰਹਮ ਗੁਰੂ ਚਰਨ ਯਾਤਰਾ ਤੋਂ ਬਾਅਦ ਪਟਨਾ ਆਏ ਹਨ, ਜਿਸ ਵਿੱਚ ਹਰ ਵਰਗ ਦੇ ਲੋਕ ਸ਼ਾਮਲ ਹੋਏ ਸਨ। ਲੋਕਾਂ ਨੂੰ ਪਟਨਾ ਆਉਣ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਦਰਸ਼ਨ ਕਰਨ ਦੀ ਤਾਕੀਦ ਹੈ।” “

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival